"পিন"
"Freeform"
"কোনো শেহতীয়া বস্তু নাই"
"এপে ব্যৱহাৰ কৰা ডেটাৰ ছেটিংসমূহ"
"সকলো মচক"
"শেহতীয়া এপসমূহ"
"%1$s, %2$s"
"< ১ মিনিট"
"আজি %1$s বাকী আছ"
"এপ চাজেশ্বন"
"সকলো এপ্"
"আপোনাৰ প্ৰয়োজন হ\'ব পৰা এপ্"
"আপোনাৰ গৃহ স্ক্ৰীনৰ একেবাৰে তলৰ শাৰীটোত এপৰ পৰামর্শসমূহ পাওক"
"আপোনাৰ গৃহ স্ক্ৰীনৰ প্ৰিয় সমলৰ শাৰীটোত এপৰ পৰামর্শসমূহ পাওক"
"আপোনাৰ সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্সমূহ গৃহ স্ক্ৰীনতে সহজে এক্সেছ কৰক। আপোনাৰ ৰুটিনসমূহৰ ভিত্তিত পৰামর্শসমূহ সলনি হ\'ব। একেবাৰে তলৰ শাৰীটোত থকা এপ্সমূহ ওপৰৰ আপোনাৰ গৃহ স্ক্ৰীনলৈ যাব।"
"আপোনাৰ সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্সমূহ গৃহ স্ক্ৰীনতে সহজে এক্সেছ কৰক। আপোনাৰ ৰুটিনসমূহৰ ভিত্তিত পৰামর্শসমূহ সলনি হ’ব। প্ৰিয় সমলৰ শাৰীত থকা এপ্সমূহ আপোনাৰ গৃহ স্ক্রীনলৈ যাব।"
"আপোনাৰ সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্সমূহ গৃহ স্ক্ৰীনতে সহজে এক্সেছ কৰক। আপোনাৰ ৰুটিনসমূহৰ ভিত্তিত পৰামর্শসমূহ সলনি হ\'ব। একেবাৰে তলৰ শাৰীটোত থকা এপ্সমূহ এটা নতুন ফ\'ল্ডাৰলৈ যাব।"
"এপৰ পৰামর্শসমূহ পাওক"
"নালাগে, ধন্যবাদ"
"ছেটিংসমূহ"
"সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্সমূহ ইয়াত প্ৰদর্শিত হয় আৰু ৰুটিনসমূহ ওপৰত ভিত্তি কৰি সলনি হয়"
"এপৰ পৰামর্শসমূহ পাবলৈ একেবাৰে তলৰ শাৰীত থকা এপ্সমূহ টানি আঁতৰাওক"
"খালী ঠাইত এপৰ পৰামর্শসমূহ যোগ কৰা হ\'ল"
"এপৰ পৰামৰ্শসমূহ সক্ষম কৰা আছে"
"এপৰ পৰামৰ্শসমূহ অক্ষম কৰা আছে"
"পূৰ্বানুমান কৰা এপ্: %1$s"
"আপুনি বাওঁ প্ৰান্তৰৰ একেবাৰে সীমাৰ পৰা ছোৱাইপ কৰাটো নিশ্চিত কৰক।"
"আপুনি স্ক্ৰীনৰ বাওঁ প্ৰান্তৰৰ পৰা সোঁ প্ৰান্তৰৰ ফালে মধ্যভাগলৈকে ছোৱাইপ কৰি এৰি দিয়াটো নিশ্চিত কৰক।"
"আপুনি সোঁ প্ৰান্তৰৰ একেবাৰে সীমাৰ পৰা ছোৱাইপ কৰাটো নিশ্চিত কৰক।"
"আপুনি স্ক্ৰীনৰ সোঁ প্ৰান্তৰৰ পৰা মধ্যভাগলৈকে ছোৱাইপ কৰি এৰি দিয়াটো নিশ্চিত কৰক।"
"বাওঁফালৰ পৰা ছোৱাইপ কৰি কেনেকৈ উভতি যাব লাগে, সেইটো আপুনি জানিলে।"
"সোঁফালৰ পৰা ছোৱাইপ কৰি কেনেকৈ উভতি যাব লাগে, সেইটো আপুনি জানিলে। ইয়াৰ পাছত, এপ্ কেনেকৈ সলনি কৰিব সেয়া জানক।"
"আপুনি উভতি যাওক নিৰ্দেশটো সম্পূৰ্ণ কৰিলে।"
"আপুনি স্ক্ৰীনৰ তলৰ অংশৰ বেছি ওচৰলৈ ছোৱাইপ নকৰাটো নিশ্চিত কৰক।"
"উভতি যোৱাৰ নির্দেশটোৰ সংবেদনশীলতা সলনি কৰিবলৈ ছেটিঙলৈ যাওক"
"উভতি যাবলৈ বাওঁফালৰ পৰা ছোৱাইপ কৰক"
"উভতি যাবলৈ সোঁফালৰ পৰা ছোৱাইপ কৰক"
"আপুনি পূৰ্বে থকা অন্তিম স্ক্ৰীনখনলৈ উভতি যাবলৈ স্ক্ৰীনখনৰ বাওঁ প্ৰান্তৰৰ পৰা মাজলৈ ছোৱাইপ কৰক।"
"আপুনি স্ক্ৰীনখনৰ সোঁ প্ৰান্তৰৰ পৰা মাজলৈ ছোৱাইপ কৰিও অন্তিম স্ক্ৰীনখনলৈ উভতি যাব পাৰে। এতিয়াই চেষ্টা কৰি চাওক।"
"আপুনি স্ক্ৰীনৰ তলৰ প্ৰান্তৰ পৰা ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক।"
"আপুনি এৰি দিয়াৰ পূৰ্বে অলপো নোৰোৱাটো নিশ্চিত কৰক।"
"আপুনি পোনকৈ ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক।"
"আপুনি গৃহ স্ক্ৰীনলৈ যোৱাৰ নিৰ্দেশটো সম্পূৰ্ণ কৰিলে। ইয়াৰ পাছত, গৃহ স্ক্ৰীনলৈ কেনেকৈ যাব সেয়া জানক।"
"আপুনি গৃহ স্ক্ৰীনলৈ যোৱাৰ নিৰ্দেশটো সম্পূৰ্ণ কৰিলে।"
"গৃহ স্ক্ৰীনলৈ যাবলৈ ছোৱাইপ কৰক"
"আপোনাৰ স্ক্ৰীনৰ তলৰ অংশৰ পৰা ওপৰলৈ ছোৱাইপ কৰক। এই নিৰ্দেশটোৱে আপোনাক সদায় গৃহ স্ক্ৰীনলৈ লৈ যায়।"
"আপুনি স্ক্ৰীনৰ তলৰ প্ৰান্তৰ পৰা ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক।"
"এৰি দিয়াৰ পূৰ্বে ৱিণ্ডখন দীৰ্ঘ সময়ৰ বাবে ধৰি ৰাখিবলৈ চেষ্টা কৰক।"
"আপুনি স্ক্ৰীনৰ ওপৰলৈ পোনকৈ ছোৱাইপ কৰি তাৰ পাছত ৰোৱাটো নিশ্চিত কৰক।"
"আপুনি নিৰ্দেশসমূহ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া জানিলে। নিৰ্দেশসমূহ অফ কৰিবলৈ, ছেটিঙলৈ যাওক।"
"আপুনি এপ্ সলনি কৰাৰ নিৰ্দেশটো সম্পূৰ্ণ কৰিলে।"
"এপ্ সলনি কৰিবলৈ ছোৱাইপ কৰক"
"আপোনাৰ স্ক্ৰীনৰ একেবাৰে তলৰ অংশৰ পৰা ওপৰলৈ ছোৱাইপ কৰি ধৰি ৰাখক আৰু তাৰ পাছত এৰি দিয়ক।"
"সম্পূৰ্ণ সাজু"
"পৰৱৰ্তী"
"ছেটিং"
"পুনৰ চেষ্টা কৰক"
"সুন্দৰ!"
"টিউট’ৰিয়েল %1$d/%2$d"
"সকলো সাজু!"
"গৃহ স্ক্ৰীনলৈ যাবলৈ ওপৰলৈ ছোৱাইপ কৰক"
"আপুনি আপোনাৰ ফ’নটো ব্যৱহাৰ কৰিবলৈ সাজু"
"সাধ্য-সুবিধাৰ বাবে নেভিগেশ্বনৰ ছেটিং"
"শ্বেয়াৰ কৰক"
"স্ক্ৰীনশ্বট"
"এপ্টোৱে অথবা আপোনাৰ প্ৰতিষ্ঠানে এই কাৰ্যটোৰ অনুমতি নিদিয়ে"
"নেভিগেশ্বনৰ টিউট’ৰিয়েল এৰিব বিচাৰে নেকি?"
"আপুনি এয়া পাছত %1$s এপ্টোত বিচাৰিব পাৰিব"
"বাতিল কৰক"
"এৰি যাওক"